New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/06/ASSAM-GIRL-DIED-IN-DELHI-DUE-TO-CORONA-FACE.jpg)
- কোভিড-১৯ত আক্ৰান্ত হৈ নাৰায়ণপুৰৰ যুৱতীৰ দিল্লীত মৃত্যু।
- মৃত যুৱতীগৰাকীৰ নাম ছোনীয়া দেউৰী।
- নাৰায়ণপুৰৰ বৰদেউৰী গাঁৱৰ পাহাৰসিং দেউৰী আৰু দিদৌবা দেউৰীৰ কন্যা ছোনীয়া দেউৰী।
- বিগত ১২ বছৰ ধৰি দিল্লীৰ এটা ব্যক্তিগত কোম্পানীত কৰ্মৰত আছিল ছোনীয়া।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/06/ASSAM-GIRL-DIED-IN-DELHI-DUE-TO-CORONA.jpg)
- বুধবাৰে সন্ধিয়া ৫-৩০ বজাত দিল্লীৰ এইমছৰ ট্ৰমা চেন্টাৰত মৃত্যু হয় যুৱতী গৰাকীৰ।
- যুৱতী গৰাকীৰ আকস্মিক মৃত্যুৰ খবৰে সমগ্ৰ অঞ্চলটোতে গভীৰ শোকৰ ছা পেলাইছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/06/ASSAM-GIRL-DIED-IN-DELHI-DUE-TO-CORONA-1.jpg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us