অসম নিৰ্বাচন-২০১৯ অসমত বিজেপি-অগপক ৯, কংগ্ৰেছক ৪ খন আসন! অসমত বিজেপি-অগপক ৯, কংগ্ৰেছক ৪ খন আসন! asomiyapratidin 19 May 2019 19:32 IST Follow UsNew Updateএক্সিট প'লৰ ফলাফলত অসমত বিজেপি-অগপৰ মিত্ৰজোঁটক ৯ খন আসন। ১৪ খন আসনৰ ভিতৰত ৯ খন আসন শাসকীয় মিত্ৰজোঁটক।৪ খন আসন দিছে কংগ্ৰেছক।এক্সিট প'লৰ মতে অন্যান্যই লাভ কৰিব এখন আসন।আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক