প্ৰাক্তন মন্ত্ৰী নীলমণি সেন ডেকাক বহিষ্কাৰ…

প্ৰাক্তন মন্ত্ৰী নীলমণি সেন ডেকাক বহিষ্কাৰ…

author-image
asomiyapratidin
New Update
‘গাধৰ দৰে কাম কৰিছে APCC য়ে’- সভাপতিৰ ঘোষণাৰ পিছতে বিস্ফোৰণ প্ৰাক্তন মন্ত্ৰী নীলমণিৰ

  • প্ৰাক্তন মন্ত্ৰী নীলমণি সেন ডেকাক বহিষ্কাৰ।
  • দলবিৰোধী কাৰ্যকলাপত লিপ্ত হোৱাৰ বাবেই তেওঁক বহিষ্কাৰ।
  • অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰাই বহিষ্কাৰ কৰিলে ডেকাক।
  • নীলমণি সেন ডেকাৰ বহিষ্কাৰে দলটোত সৃষ্টি কৰিছে প্ৰতিক্ৰিয়া।
  • কংগ্ৰেছ হাইকামাণ্ডে দল বিৰোধী মন্তব্য কৰা সকলৰ বিৰুদ্ধে তৎকালীন ভাৱে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছিল।
  • শেহতীয়াকৈ কংগ্ৰেছ দলটোৰ একাংশ নেতাই দলৰ মজিয়াৰ বিপৰীতে সংবাদ মাধ্যমত হে দলটোৰ অভিযোগ উত্থাপন কৰাৰ অভিযোগ উত্থাপিত হৈছিল।
  • এক প্ৰকাৰে নিয়ন্ত্ৰণহীন হৈ পৰিছিল কংগ্ৰেছ দলটো।
  • দলক শক্তিশালী কৰাৰ স্বাৰ্থতে ভূপেন বৰাই এইদৰে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰা বুলি প্ৰকাশ পাইছে।
Advertisment

ক্লিক কৰি পঢ়কঃ অভিজিৎ অসম এক কাল্পনিক চৰিত্ৰ ! ডাঃ মুকুল হাজৰিকা, আলফা সন্দৰ্ভত অনুপ চেতিয়াৰ প্ৰতিক্ৰিয়া