অভিজিৎ অসম এক কাল্পনিক চৰিত্ৰ ! ডাঃ মুকুল হাজৰিকা, আলফা সন্দৰ্ভত অনুপ চেতিয়াৰ প্ৰতিক্ৰিয়া

অভিজিৎ অসম এক কাল্পনিক চৰিত্ৰ ! ডাঃ মুকুল হাজৰিকা, আলফা  সন্দৰ্ভত অনুপ চেতিয়াৰ প্ৰতিক্ৰিয়া
  • লণ্ডনৰ পৰা ভাৰতলৈ ঘূৰাই অনা হ'ব ডাঃ মুকুল হাজৰিকাক।
  • ডাঃ মুকুল হাজৰিকাকে অভিজিৎ অসম বুলি সন্দেহ কৰি অহা হৈছে।
  • অভিজিৎ অসম সম্পৰ্কত অনুপ চেতিয়াৰ প্রতিক্রিয়া।
  • অভিজিৎ অসম ভাৰতলৈ ঘূৰি অহাটো সহজ নহয়।
  • অভিজিৎ অসম এক কাল্পনিক চৰিত্র।
  • ডাঃ মুকুল হাজৰিকাৰ লগত মই কেইবাবাৰো মিলিত হৈছো।
  • ডাঃ মুকুল হাজৰিকাৰ যথেষ্ট বয়স হৈছে।
  • হাজৰিকাৰ বাবে কাৰাগাৰত থকাটো সহজ নহয়।
  • আলফাৰ লগত কিমানদূৰ আলোচনা হৈছে মই নাজানো।
  • আলফা আলোচনালৈ অহাটো মই বিচাৰো।
  • আলফাত নতুনকৈ যুৱক-যুৱতীৰ যোগদান সন্দৰ্ভতো প্রতিক্রিয়া অনুপ চেতিয়াৰ।
  • জাতীয়তাবাদ বিহীনভাৱে সশস্ত্র সংগ্রাম কোনেও কৰিব নোৱাৰে।
  • বিভিন্ন সমস্যাৰ বাবে আলফালৈ গৈছে যুৱক-যুৱতীসকল।
  • তৈল ক্ষেত্রত আলফাৰ কূটাঘাত সম্পৰ্কে মই নাজানো।
  • আলফাই কি পৰিকল্পনা কৰিছে সেইটো কেৱল তেওঁলোকেহে জানে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in