যোৱা ১৫টা মাহত ৪৪ গৰাকী চৰকাৰী কৰ্মচাৰীক গ্ৰেপ্তাৰ…

যোৱা ১৫টা মাহত ৪৪ গৰাকী চৰকাৰী কৰ্মচাৰীক গ্ৰেপ্তাৰ…

author-image
asomiyapratidin
New Update
বকোত পুনৰ উত্তেজনা :অসমত মেঘালয়ৰ আৰক্ষীয়ে চাউনি পাতি সপ্তাহিক বজাৰ দখলৰ ষড়যন্ত্ৰ…

ডিজিটেস ডেস্ক : দুৰ্নীতি মুক্ত অসম গঢ়াৰ লক্ষ্যৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশনা মৰ্মে উ..কোচ লোৱা চৰকাৰী কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰা হয়। বৰ্তমানলৈ অসমত ১৫টা মাহত ৪৪ গৰাকী চৰকাৰী কৰ্মচাৰী গ্ৰেপ্তাৰ হৈছে উ..কোচ লৈ। মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাই চলোৱা এই অভিযানত যোৱা সপ্তাহত প্ৰায় ৫ গৰাকী কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰা হৈছে।

উল্লেখ্য যে চৰকাৰী কৰ্মচাৰীসকলে যিকোনো এটা কাম আদায় কৰাৰ নামত ধন দাবী কৰি অহাৰ অভিযোগ উত্থাপন হৈ আহিছে। সেই অভিযোগৰ ভিত্তিত অসম চৰকাৰৰ দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰিছে কেইবাগৰাকীও চৰকাৰী কৰ্মচাৰীক।

assam Assam police himanta biswa sarma