New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/11/coronavirus-cases-in-india-1587353104.jpg)
- ৰাজ্যত পুনৰ বৃদ্ধি পাইছে কোৰোনাৰ সংক্রমণ।
- বুধবাৰৰ দিনটোত ৰাজ্যত ১৯৬জন লোক ক'ভিডত আক্রান্ত।
- কামৰূপ মহানগৰ জিলাত ৭৪জন লোক আক্রান্ত।
- কামৰূপ জিলাত ৩০ জন লোক আক্রান্ত।
- নলবাৰীত বুধবাৰে ৬জন লোক ক'ভিডত আক্রান্ত।
- বুধবাৰৰ দিনটোত ক'ভিড পজিটিভিটী ৰেট ১১.১৫ শতাংশ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us