অসমৰ ১৪ সমষ্টিত কোন দলৰ প্ৰাৰ্থীৰ অগ্ৰগতি…

অসমৰ ১৪ সমষ্টিত কোন দলৰ প্ৰাৰ্থীৰ অগ্ৰগতি…

author-image
asomiyapratidin
New Update
অসমত ৭খন আসনত আগবাঢ়ি আছে বিজেপি…

  • কোকৰাঝাৰত নিৰ্দলীয় প্ৰাৰ্থী নৱ কুমাৰ শৰণীয়া ৩৮,১৮৫টা ভোটত অগ্ৰগতি।
  • ডিফু স্বায়্ত্ত শাসিত পৰিষদত বিজেপি প্ৰাৰ্থী হৰেণ সিং বে' ২৬৭৬১৪টা ভোটত অগ্ৰগতি।
  • বৰপেটাত কংগ্ৰেছ প্ৰাৰ্থী আব্দুল খালেক ১১০০৭৪টা ভোটত অগ্ৰগতি।
  • ধুবুৰীত এ আই ইউ ডি এফৰ প্ৰাৰ্থী বদৰুদ্দিন আজমল ২২৬৩৫০টা ভোটত অগ্ৰগতি।
  • ডিব্ৰুগড়ত বিজেপি প্ৰাৰ্থী ৰামেশ্বৰ তেলী ৩২৯৬৩১টা ভোটত অগ্ৰগতি।
  • যোৰহাটত বিজেপি প্ৰাৰ্থী তপন গগৈ ৮২১০৩ টা ভোটত অগ্ৰগতি।
  • কলিয়াবৰ সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈ ২০৬৪৫৮টা ভোটত অগ্ৰগতি।
  • কৰিমগঞ্জত বিজেপি প্ৰাৰ্থী কৃপানাথ মাল্লা ৩৮৩৮৯টা ভোটত অগ্ৰগতি।
  • লখিমপুৰত বিজেপিৰ প্ৰাৰ্থী প্ৰদান বৰুৱা ৩৪৮৮১০টা ভোটত অগ্ৰগতি।
  • মঙলদৈত বিজেপি প্ৰাৰ্থী দিলীপ শইকীয়া ১২৭৭৮৬টা ভোটত অগ্ৰগতি।
  • নগাঁও সমষ্টিত কংগ্ৰেছ প্ৰদ্যুৎ বৰদলৈ ২৫০৬৩টা ভোটত অগ্ৰগতি।
  • শিলচৰত বিজেপিৰ ৰাজদ্বীপ বৰাই ৮০০০২টা ভোটত অগ্ৰগতি।
  • তেজপুৰত বিজেপিৰ পল্লৱ লোচন দাস ২৪৫১০৩টা ভোটত অগ্ৰগতি।