কেবিনেট সিদ্ধান্ত: ২২ মাৰ্চৰ দিনা কি নতুন সিদ্ধান্ত ল'লে চৰকাৰে...

গ্ৰাম্য আন্ত:গাঠনি প্ৰকল্পৰ বাবে নাবাৰ্ডৰ পৰা ৪৪১.৮৬ কোটি টকাৰ আৰ আই ডি এফ ঋণ সংগ্রহত অনুমোদন
কেবিনেট সিদ্ধান্ত: ২২ মাৰ্চৰ দিনা কি নতুন সিদ্ধান্ত ল'লে চৰকাৰে...

ডিজিটেল ডেস্ক: ২২ মাৰ্চত অসম কেবিনেটৰ নতুন সিদ্ধান্ত

•গ্ৰাম্য আন্ত:গাঠনি প্ৰকল্পৰ বাবে নাবাৰ্ডৰ পৰা ৪৪১.৮৬ কোটি টকাৰ আৰ আই ডি এফ ঋণ সংগ্রহত অনুমোদন

-ইয়াৰ প্ৰকল্প সমূহ হৈছে ১৭খন জিলাত ২৪ গ্ৰাম্য পথ সহ মথাউৰি

-২৯খন জিলাত ৬৬টা ক্ষুদ্র জলসিঞ্চন প্ৰকল্প

-২০ খন জিলাৰ ১০০ খন চাহ বাগিচাত বিদ্যালয় নিৰ্মাণ

•ঋণ পৰিশোধৰ বাবে পুঁজি সংগ্ৰহৰ লক্ষ্যৰে ২০২৩-২৪ বিত্তীয় বৰ্ষত ৫০ কোটি মাহিলি বৰঙণিৰে অসম আন্ত:গাঠনি বিত্তীয় প্ৰাধিকৰণৰ পুঁজি গঠন

•চাহ বাগিচা অঞ্চলত শিক্ষা খণ্ডৰ উৎকৰ্ষ সাধনৰ লক্ষ্যৰে ৮১৯ টা শিক্ষক পদ সৃষ্টিত অনুমোদন

-৪১৯ খন চাহ বাগিচা পৰিচালিত নিম্ন প্ৰাথমিক বিদ্যালয়

-২ খন চাহ বাগিচা পৰিচালিত মধ্য ইংৰাজী বিদ্যালয়

-১ খন চাহ বাগিচা পৰিচালিত হাইস্কুল

কেবিনেট সিদ্ধান্ত: ২২ মাৰ্চৰ দিনা কি নতুন সিদ্ধান্ত ল'লে চৰকাৰে...
ৰহস্যঘন কাহিনী শ্ৰেষ্ঠতম সাহিত্যৰ সমল...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in