কোভিড নিয়ন্ত্ৰণৰ বাবে ধনৰ অভাৱ হ’বলৈ নিদিয়ে বিত্তমন্ত্ৰীয়ে…

কোভিড নিয়ন্ত্ৰণৰ বাবে ধনৰ অভাৱ হ’বলৈ নিদিয়ে বিত্তমন্ত্ৰীয়ে…

author-image
asomiyapratidin
New Update
বাঢ়িছে কোভিড সংক্ৰমণঃ সাজু হৈছে ৬৫ হাজাৰ বিচনা….

  • ৰাজ্যৰ বিত্তমন্ত্ৰী হিচাপে বাজেট দাখিল কৰা অজন্তা নেওগে বাজেটৰ মাজত আওৰালে সাহিত্যৰথী বেজবৰুৱাৰ মন্তব্য।
  • বাজেটৰ মাজতে অমূল্য বৰুৱাৰ কবিতাও আওৰালে বিত্তমন্ত্ৰীয়ে।
  • মিত্ৰজোঁটৰ অংশীদাৰ দলক ধন্যবাদ জ্ঞাপন।
  • প্ৰধানমন্ত্ৰী মোডী আৰু গৃহমন্ত্ৰী অমিত শ্বাহক কৃতজ্ঞতা জ্ঞাপন।
  • কোভিডৰ প্ৰত্যক্ষ প্ৰভাৱ পৰিছে অসমৰ অৰ্থনীতিত।
  • কোভিড নিয়ন্ত্ৰণৰ বাবে ধন অভাৱ হবলৈ নিদিয়ে বিত্তমন্ত্ৰীয়ে।