বহিঃৰাজ্যত অসমৰ যুৱকক নৃশংস ভাৱে হত্যা

author-image
Asomiya Pratidin
New Update
বহিঃৰাজ্যত অসমৰ যুৱকক নৃশংস ভাৱে হত্যা

  • বহিঃৰাজ্যত অসমৰ যুৱকক নৃশংস ভাৱে হত্যা ।

  • কেৰেলাত হত্যাৰ বলি হ’ল ডুলু ৰাজবংশী নামৰ যুৱকজন ।

  • দুই বন্ধুৱে ডিঙি চেপি হত্যা কৰিলে ডুলুক ।

  • কেৰেলাৰ কোজিক’ডৰ কৈলান্দি বীচ্চত এই ঘটনা ।

  • ডুলুক দুই বন্ধুৱে হত্যা কৰি সাগৰত পেলাই দিয়ে মৃতদেহ ।

  • আৰক্ষীৱে আটক কৰে হত্যাকাৰী মনোৰঞ্জন আৰু লক্ষ্মীক ।

  • ডুলু ৰাজবংশী এটা মাছৰ কোম্পানীত কৰ্মৰত আছিল ।

assam murder kerala