/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/1d169d8d-7072-4260-86e0-5e710e208197/pic_eimuhurtor_khobor_copy.jpg)
-
বাংগালুৰলৈ গৈ সন্ধানহীন ঢলাৰ এজন ব্যক্তি ।
-
কৰ্মসংস্থাপনৰ বাবে বাংগালুৰলৈ গৈছিল উৎপল সোণোৱাল ।
-
২৭ ছেপ্টেম্বৰত SMVT বাংগালুৰ ষ্টেচনলৈ ৰাওনা হৈছিল উৎপল ।
-
SMVT পোৱাৰ পিছত সহযাত্রী বন্ধুৱে নাপায় উৎপলৰ কোনো সন্ধান ।
-
সহযাত্রী বন্ধুৱে উদ্ধাৰ কৰে উৎপল সোণোৱালৰ সা-সামগ্রী ।