New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/af3a61f9-4a25-4d28-93bc-d339dfe183f5/aimu.jpg)
bokajan lightning
- বটদ্রৱা নসত্রৰ কহুৱাতলিত চাঞ্চল্যকৰ ঘটনা। 
- মেঘালয়ত ৰহস্যজনক মৃত্যু মিণ্টু বৰা নামৰ এজন যুৱকৰ। 
- নিজ ভিনিহিয়েকৰ সৈতে মেঘালয়ত কাম কৰিবলৈ গৈছিল মিণ্টু। 
- ৩দিন পূৰ্বে চিমেণ্ট কোম্পানীৰ কোৱাৰ্টাৰত উদ্ধাৰ হৈছিল মৃতদেহ। 
- মিণ্টুক ভিনিহিয়েকে হত্যা কৰাৰ অভিযোগ মিণ্টুৰ পৰিয়ালৰ। 
- ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত। 
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
/asomiyapratidin/media/member_avatars/a-/AFdZucrahs0cQJtCvPJgez1pmKf-b8DYLM8QcmdGGzcV=s96-c.jpeg )
 Follow Us
 Follow Us