New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/05/Assam-Assembly.jpg)
- ১৪ মাৰ্চৰ পৰা অনুষ্ঠিত হ'ব অসম বিধানসভাৰ বাজেট অধিৱেশন।
- ৰাজ্যসভাৰ ভাষণেৰে আৰম্ভ হ'ব এই অধিৱেশন।
- ১৬ মাৰ্চত বিত্তমন্ত্ৰী অজন্তা নেওগে দাখিল কৰিব বাজেট।
- ২০২২-২৩ বৰ্ষৰ বাবে বাজেট দাখিল কৰিব বিত্তমন্ত্ৰীয়ে।
- ১ এপ্ৰিল পৰ্যন্ত অনুষ্ঠিত হ'ব এই অধিৱেশন।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us