বাজেট অধিৱেশন: প্ৰথম দিনাই সদনৰ পৰা বহিষ্কাৰ অখিল গগৈ…

বাজেট অধিৱেশন: প্ৰথম দিনাই সদনৰ পৰা বহিষ্কাৰ অখিল গগৈ…

author-image
asomiyapratidin
New Update
বাজেট অধিৱেশনৰ প্ৰথম দিনাই সদনৰ পৰা বহিষ্কাৰ অখিল গগৈ…

  • আজিৰ পৰা আৰম্ভ অসম বিধানসভাৰ বাজেট অধিবেশন।
  • প্ৰথম দিনাই সদনৰ পৰা বহিষ্কাৰ হ'ল অখিল গগৈ।
  • ৰাজ্যপাল জগদীশ মুখীৰ ভাষনেৰে আৰম্ভ অধিৱেশন।
  • ৰাজ্যপালৰ ভাষন ভুল তথ্যৰে ভৰা বুলি অভিযোগ অখিলৰ ।
  • ৰাজ্যপালৰ ভাষনৰ মাজতেই অখিলৰ বিৰোধিতা।
  • ১ লাখ নিবনুৱাৰ নিযুক্তি ক'ত বুলি প্ৰশ্ন অখিলৰ।
  • তাৰ পাছতেই অখিল গগৈক বাহিৰ কৰে সদনৰ পৰা।
  • ৰাজ্যপালৰ ভাষনৰ পাছতেই ৪৫ মিনটৰ বাবে স্থগিত সদন।
  • ১ এপ্ৰিললৈ চলিব বাজেট অধিবেশন।
assam assembly akhil gogoi