আজিৰ পৰা বিধানসভাৰ শৰৎকালীন অধিৱেশন: মুঠ ২৩ খন বিধেয়ক উত্থাপনৰ সম্ভাৱনা

আজিৰ পৰা বিধানসভাৰ শৰৎকালীন অধিৱেশন: মুঠ ২৩ খন বিধেয়ক উত্থাপনৰ সম্ভাৱনা
Published on
Updated on
  • আজিৰ পৰা বিধান সভাৰ শৰৎকালীন অধিৱেশন আৰম্ভ।

  • নৱনিৰ্মিত বিধানসভা ভৱনত হ'ব বিধান সভাৰ শৰৎকালীন অধিৱেশন।

  • ৫ দিনৰ বাবে অনুষ্ঠিত হ’ব এই অধিৱেশন।

  • অধিৱেশনৰ পূৰ্বেই উন্মোচন কৰা হ'ব নতুন বিধানসভা ভৱনত নিৰ্মিত জাতিৰ পিতা মহাত্মা গান্ধীৰ আৱক্ষ মূৰ্তি।

  • ৯ বজাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উন্মোচন কৰিব আৱক্ষ মূৰ্তিটো।

  • ৯ বাজি ৩০ মিনিটত আৰম্ভ হ'ব বিধান সভাৰ শৰৎকালীন অধিৱেশন।

  • মুঠ ২৩ খন বিধেয়ক উত্থাপন হোৱাৰ সম্ভাৱনা এই অধিৱেশনত।

  • ৮খন নতুন বিধেয়ক আৰু ১৫ খন সংশোধনী বিধেয়ক উত্থাপন হোৱাৰ সম্ভাৱনা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in