বাৰ মাইলৰ পথ দুৰ্ঘটনাত শিশুসহ থিতাতে নিহত যুৱক

অসম-অৰুনাচল সীমান্তৱৰ্তী বাৰ মাইলত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ থিতাতে নিহত শিশুসহ এজন যুৱক।

author-image
Asomiya Pratidin
New Update
বাৰ মাইলৰ পথ দুৰ্ঘটনাত শিশুসহ থিতাতে নিহত যুৱক

  • অসম-অৰুনাচল সীমান্তৱৰ্তী বাৰ মাইলত ভয়ংকৰ পথ দুৰ্ঘটনা ৷

  • থিতাতে নিহত শিশুসহ এজন যুৱক।

  • অসম অৰুনাচল সীমান্ত পথত সংঘটিত হৈছে এই পথ দূৰ্ঘটনাটো ৷

  • মটৰ চাইকেল আৰু টাটা মেজিকৰ মুখামুখি সংঘৰ্ষত নিহত বাইক আৰোহী অজয় ৰাভা আৰু হৰিশ হৰপাল(১০) ৷

  • দুৰ্ঘটনাগ্ৰস্ত মটৰ চাইকেলখনৰ নম্বৰ ।

  • AS- 12- AE- 5492 আৰু মেজিখনৰ নম্বৰ AS- 12- BC- 4232 ।

road accident