New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/D4ZWi4nU0AAC9Fa.jpg)
- আৰু কিছু সময়ৰ পাছতেই আৰম্ভ হ'ব ভোটগ্ৰহণ।
- অসমৰ প্ৰায়বোৰ ভোটগ্ৰহণ কেন্দ্ৰ সাজু কৰা হৈছে।
- ৰাজ্যখনত স্থাপন কৰা হৈছে কেইবাটাও আদৰ্শ ভোটগ্ৰহণ কেন্দ্ৰ।
- নগাঁও লোকসভা কেন্দ্ৰ অধীনৰ ৩৭ আৰু ৩৮ নং ভোটগ্ৰহণ কেন্দ্ৰ আদৰ্শ ভোটগ্ৰহণ কেন্দ্ৰ ৰূপে গঢ়ি তোলা হৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/media/D4ZWi4_UcAAgoF0.jpg)
- ভোটাৰক আকৰ্ষিত কৰিবলৈ সজাই তোলা হৈছে এই ভোটগ্ৰহণ কেন্দ্ৰ কেইটা।
- বিহাৰতো স্থাপন কৰা হৈছে কেইবাটাও আদৰ্শ ভোটগ্ৰহণ কেন্দ্ৰ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/media/D4ZY5ABU8AEI5X8.jpg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us