New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/election-result-and-agragati.jpg)
- ৰাজ্যৰ ১৪খন আসনৰ ভিতৰত ৫খন আসনৰ নিৰ্বাচনী ফলাফল ঘোষণা।
- ডিব্ৰুগড়ত জয়ী হৈছে বিজেপি প্ৰাৰ্থী ৰামেশ্বৰ তেলী।
- তেলীয়ে লাভ কৰিছে ৬৫৯৫৮৩টা ভোট।
- কংগ্ৰেছ প্ৰাৰ্থী পবন সিং ঘাটোৱাৰে লাভ কৰিছে ২৯৫০১৭টা ভোট।
- মুঠ ৩৬৪৫৬৬টা ভোটৰ ব্যৱধানত জয়ী হৈছে তেলী।
- আনহাতে যোৰহাট সমষ্টিত জয়ী হৈছে বিজেপি প্ৰাৰ্থী তপন কুমাৰ গগৈ।
- তপন কুমাৰ গগৈয়ে লাভ কৰিছে ৫৪৩২৮৮টা ভোট।
- সমষ্টিটোত কংগ্ৰেছ প্ৰাৰ্থী সুশান্ত বৰগোঁহাইয়ে লাভ কৰিছে ৪৬০৬৫৩টা ভোট।
- ৮২,৬৫৩টা ভোটৰ ব্যৱধানত পৰাজিত হৈছে কংগ্ৰেছ প্ৰাৰ্থীগৰাকী।
- কলিয়াবৰত কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈ জয়ী।
- গৌৰৱ গগৈয়ে লাভ কৰিছে ৭৮৬০৯২টা ভোট।
- আনহাতে অগপৰ প্ৰাৰ্থী মণিমাধৱ মহন্তই লাভ কৰিছে ৫৭৬০৯৮টা ভোট।
- মুঠ ২০৯৯৯৪টা ভোটত পৰাজিত হৈছে মহন্ত।
- কৰিমগঞ্জত বিজেপি প্ৰাৰ্থী কৃপানাথ মাল্লা ৩৮৩৮৯টা ভোটৰ ব্যৱধানত জয়ী।
- সমষ্টিটোত মাল্লাই লাভ কৰিছে ৪৭৩০৪৬টা ভোট।
- আনহাতে, এ আই ইউ ডি এফ প্ৰাৰ্থী ৰাধেশ্যাম বিশ্বাসে লাভ কৰিছে ৪৩৪৬৫৭টা ভোট।
- কৰিমগঞ্জ সমষ্টিটোত কংগ্ৰেছ প্ৰাৰ্থী স্বৰূপ দাসে লাভ কিছে ১,২০,৪৫২টা ভোট।
- ভাৰতীয় জনতা পাটিৰ প্ৰাৰ্থী ৰাজদ্বীপ ৰয়ে ৮১৫৯৪টা ভোটত পৰাভূত কৰিছে কংগ্ৰেছ প্ৰাৰ্থী সুস্মিতা দেৱক।
- বিজেপি প্ৰাৰ্থীগৰাকীয়ে লাভ কৰিছে ৪৯৯৪১৪টা ভোট।
- আনহাতে, সুস্মিতা দেৱে লাভ কৰিছে ৪১৭৮১৮টা ভোট।