তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত অসমত কিমান পৰা কিমান বছৰ বয়সৰ প্ৰাৰ্থীয়ে আগবঢ়াইছে প্ৰাৰ্থিত্ব….

তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত অসমত কিমান পৰা কিমান বছৰ বয়সৰ প্ৰাৰ্থীয়ে আগবঢ়াইছে প্ৰাৰ্থিত্ব….

author-image
asomiyapratidin
New Update
অন্তিম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণঃ আবেলি ৩ বজালৈকে ক’ত কিমান ভোটদানৰ হাৰ…

  • তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত অসমত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা ৫৪জন প্ৰাৰ্থীৰ ভিতৰত ২৫-৫০ বছৰ বয়সৰ প্ৰাৰ্থীৰ সংখ্যা ৩৮জন।
  • আনহাতে ৫১ৰ পৰা ৭০ বছৰ প্ৰাৰ্থীৰ সংখ্যা ১৬জন।
  • ২৫ৰ পৰা ৩০ বছৰ বয়সৰ ভিতৰত ৬জন প্ৰাৰ্থী।
  • ৩১ৰ পৰা ৪০ বছৰৰ ভিতৰত ১০ জন প্ৰাৰ্থী।
  • ৪১ৰ পৰা ৫০ বছৰ বয়সৰ ভিতৰত ২২জন প্ৰাৰ্থী।
  • ৫১ৰ পৰা ৬০ৰ ভিতৰত ৬ জন প্ৰাৰ্থী।
  • ৬১ৰ পৰা ৭০ বছৰ বয়সৰ ভিতৰত ১০জন প্ৰাৰ্থী।