তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত অসমত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা কোন প্ৰাৰ্থী কিমান পঢ়া…

তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত অসমত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা কোন প্ৰাৰ্থী কিমান পঢ়া…

author-image
asomiyapratidin
New Update
ৰাজ্যৰ তৃতীয় পৰ্যায়ত ক’ত কিমান ভোটদানৰ হাৰ…

  • তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনত অসমত প্ৰাৰ্থিত্ব আগবঢ়াইছে ৫৪জন প্ৰাৰ্থীয়ে।
  • এই প্ৰাৰ্থী কেইজনৰ ভিতৰত অষ্টম আৰু দশম শ্ৰেণী উত্তীৰ্ণ প্ৰাৰ্থীৰ সংখ্যা ১৬জন।
  • আনহাতে, স্নাতক আৰু অন্য ডিগ্ৰীধাৰী প্ৰাৰ্থীৰ সংখ্যা হৈছে ৩৭জন।
  • ৫৪জন প্ৰাৰ্থীৰ ভিতৰত অষ্টম শ্ৰেণী উত্তীৰ্ণ প্ৰাৰ্থীৰ সংখ্যা ১জন।
  • দশম শ্ৰেণী উত্তীৰ্ণ প্ৰাৰ্থীৰ সংখ্যা ৯জন ।
  • দ্বাদশ শ্ৰেণী উত্তীৰ্ণ সংখ্যা ৬জন।
  • স্নাতক ডিগ্ৰীধাৰী প্ৰাৰ্থীৰ সংখ্যা ১৬জন।
  • অন্য বিভিন্ন বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰা প্ৰাৰ্থীৰ সংখ্যা ৬জন।
  • স্নাতকোত্তৰ ডিগ্ৰীধাৰী প্ৰাৰ্থীৰ সংখ্যা ১৪জন।
  • ডক্টৰেত ডিগ্ৰী লাভ কৰা প্ৰাৰ্থীৰ সংখ্যা ১জন।
  • অন্যান্য ডিগ্ৰীধাৰী সংখ্যা ১জন।