৬ নৱেম্বৰত ঘোষণা হ'ব তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষাৰ ফলাফল...

ৰাজ্যচৰকাৰৰ সৰ্ববৃহৎ নিযুক্তি পৰীক্ষা তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব ৬ নৱেম্বৰত

author-image
Asomiya Pratidin
New Update
অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক, জ্যেষ্ঠ নিৰ্দেশক পৰীক্ষা সন্দৰ্ভত গুৰুত্বপূৰ্ণ নিৰ্দেশনা....

govt job

ডিজিটেল ডেস্ক : ৬ নৱেম্বৰত ঘোষণা কৰা হ'ব ৰাজ্যচৰকাৰৰ সৰ্ববৃহৎ নিযুক্তি পৰীক্ষা তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষাৰ ফলাফল। শুকুৰবাৰে টুইটযোগে ঘোষণা কৰিলে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই।

Advertisment

১৩,১৪১টা পদৰ বাবে অনুষ্ঠিত হৈছিল নিযুক্তি পৰীক্ষা। উল্লেখ্য যে যোৱা ২৮ আগষ্টত অনুষ্ঠিত হৈছিল ৰাজ্য চৰকাৰৰ সৰ্ববৃহৎ নিযুক্তি পৰীক্ষাৰ তৃতীয় বৰ্গৰ পৰীক্ষা।

assam 3rd grade assam govt