৬ নৱেম্বৰত ঘোষণা হ'ব তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষাৰ ফলাফল...

ৰাজ্যচৰকাৰৰ সৰ্ববৃহৎ নিযুক্তি পৰীক্ষা তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব ৬ নৱেম্বৰত
govt job
govt job

ডিজিটেল ডেস্ক : ৬ নৱেম্বৰত ঘোষণা কৰা হ'ব ৰাজ্যচৰকাৰৰ সৰ্ববৃহৎ নিযুক্তি পৰীক্ষা তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষাৰ ফলাফল। শুকুৰবাৰে টুইটযোগে ঘোষণা কৰিলে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই।

১৩,১৪১টা পদৰ বাবে অনুষ্ঠিত হৈছিল নিযুক্তি পৰীক্ষা। উল্লেখ্য যে যোৱা ২৮ আগষ্টত অনুষ্ঠিত হৈছিল ৰাজ্য চৰকাৰৰ সৰ্ববৃহৎ নিযুক্তি পৰীক্ষাৰ তৃতীয় বৰ্গৰ পৰীক্ষা।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in