/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/c0d7d351-6ee4-4b41-af2b-01f7c009c7d4/AP_FOR_WEB_new_format_Y_copy.jpg)
-
শুভলক্ষী দত্তক বিচাৰি মহানগৰীত শিৱসাগৰ আৰক্ষীৰ অভিযান।
-
গ্ৰেপ্তাৰ হোৱা সম্ভাৱনা আছে শুভলক্ষী দত্ত।
-
আৰক্ষী অহাৰ উমান পাই পলায়ন কৰে শুভলক্ষীয়ে।
-
বনকৰা মহিলা নিৰ্যাতন চলোৱাৰ অভিযোগ আছে শুভলক্ষী দত্তৰ বিৰুদ্ধে।
-
নাজিৰাৰ নিজ বাসগৃহত বনকৰা মহিলাক অকথ্য নিৰ্যাতন চলোৱা শুভলক্ষী দত্তক ঘটনাৰ বাবে নিলম্বন কৰিছিল অসম আৰক্ষীয়ে।
-
ইয়াৰ পাছতে মঙলবাৰে মহানগৰীৰ গুৱাহাটীত শুভলক্ষীক বিচাৰি অভিযান চলাই আৰক্ষীয়ে।
-
উল্লেখ্য প্ৰাক্তন বিজেপিৰ বিধায়ক কুশল দুৱৰীৰ বাসগৃহত এই অভিযান চলাই আৰক্ষীয়ে।
-
কুশল দুৱৰীৰ বাসগৃহতেই আত্মগোপন কৰিছিল শুভলক্ষীয়ে।
Also Read: শিলসাঁকোত নকৰো ডিউটিঃ ছুইচাইড নোট লিখি আত্মহত্যা গায়ত্ৰীৰ