সুখবৰ! এতিয়াৰে পৰা উপলব্ধ ‘অসমীয়া প্ৰতিদিন’ৰ ডিজিটেল সংস্কৰণৰ এপ

সুখবৰ! এতিয়াৰে পৰা উপলব্ধ ‘অসমীয়া প্ৰতিদিন’ৰ ডিজিটেল সংস্কৰণৰ এপ

author-image
asomiyapratidin
New Update
সুখবৰ! এতিয়াৰে পৰা উপলব্ধ ‘অসমীয়া প্ৰতিদিন’ৰ ডিজিটেল সংস্কৰণৰ এপ

ডিজিটেল ডেস্কঃ ডিজিটেলাইজেশ্যনৰ ক্ষেত্ৰখনত 'অসমীয়া প্ৰতিদিন'ৰ আন এক খোজ। আজিৰে পৰা মুকলি কৰা হৈছে 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল সংস্কৰণৰ এন্ড্ৰ'ইড এপ। গুগল প্লে ষ্ট'ৰত Asomiya Pratidin বুলি ছাৰ্চ কৰি অতি সহজতে ইনষ্টল কৰিব পাৰিব এই এপ।

Advertisment

৬.৯ এমবিৰ এপটো আপোনাৰ মোবাইলত ইনষ্টল কৰি প্ৰতিটো মুহূৰ্ততে লাভ কৰিব পাৰিব অসমৰ লগতে দেশ-বিদেশৰ প্ৰতিটো গুৰুত্বপূৰ্ণ বা-বাতৰি। উল্লেখ্য যে, ৩ মাহ পূৰ্বে আৰম্ভ হৈছিল 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল সংস্কৰণ।

এই ডিজিটেল সংস্কৰণত অসমৰ নেটিজেনসকলৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি মুহূৰ্তৰ বাতৰি মুহূৰ্ততে প্ৰকাশৰ ব্যৱস্থা কৰা হৈছে। আজিৰে পৰা প্লে ষ্ট'ৰত উপলব্ধ হোৱা এন্ড্ৰ'ইড এপটোৱে 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল সংস্কৰণৰ ভিউৱাৰ্ছসকলক কম সময়ৰ ভিতৰতে নিজৰ মোবাইলত বাতৰি পঢ়াৰ অনন্য অভিজ্ঞতা প্ৰদান কৰিব বুলি আশা কৰা হৈছে।

যদিহে আপুনিও এতিয়ালৈকে এপটো মোবাইলত ইনষ্টল কৰা নাই তেন্তে এতিয়াই তলৰ লিংকত ক্লিক কৰি ইনষ্টল কৰক। তলৰ নীলা ৰঙৰ শাৰীটোত ক্লিক কৰিলেই আপুনি লাভ কৰিব এপটোৰ ডাউনল'ড লিংক।

⇒ 'অসমীয়া প্ৰতিদিন'ৰ Appটো ডাউনল'ড কৰিবলৈ ইয়াত Click কৰক।