ত্ৰিপুৰাৰ উপ-নিৰ্বাচন : অশোক সিংঘাল, জয়ন্ত মল্ল বৰুৱালৈ বিজেপিৰ গুৰু দায়িত্ব…

ত্ৰিপুৰাৰ উপ-নিৰ্বাচন : অশোক সিংঘাল, জয়ন্ত মল্ল বৰুৱালৈ বিজেপিৰ গুৰু দায়িত্ব…

author-image
asomiyapratidin
New Update
ত্ৰিপুৰাৰ উপ-নিৰ্বাচন : অশোক সিংঘাল, জয়ন্ত মল্ল বৰুৱালৈ বিজেপিৰ গুৰু দায়িত্ব…

  • ত্ৰিপুৰা উপ-নিৰ্বাচনৰ বাবে বিজেপিৰ নিৰ্বাচনী প্ৰভাৰী নিযুক্তি।
  • তিনিগৰাকী ব্যক্তিক অৰ্পণ কৰা হৈছে এই দায়িত্ব।
  • বিজেপিৰ ৰাষ্ট্ৰীয় মহাসচিব কৈলাশ বিজয়বৰ্গিয়াক দিয়া হৈছে দায়িত্ব।
  • অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী অশোক সিংহাল আৰু মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱাকো দিয়া হৈছে এই দায়িত্ব।
  • বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ জে পি নড্ডাই তিনিওকে অৰ্পণ কৰিলে এই দায়িত্ব।
  • ত্ৰিপুৰাৰ ৪ টা সমষ্টিত অনুষ্ঠিত হ'ব এই উপ-নিৰ্বাচন।
  • অহা ২৩ জুনত ৪ টা সমষ্টিটেই অনুষ্ঠিত হ'ব এই নিৰ্বাচন।
  • ২৬ জুনত ঘোষণা হ'ব ফলাফল।

ক্লিক কৰি পঢ়কঃধেমাজিত তিনি ড্ৰাগছ ব্যৱসায়ী গ্ৰেপ্তাৰ…