New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/673a90e7-56ac-4cb2-8f75-f7661d56efe3/pic_eimuhurtor_khobor_copy.jpg)
অৱশেষত অন্ত পৰিল বহু দিনীয়া বিতৰ্কৰ ।
কংগ্ৰেছৰ দলীয় সভাপতি পদৰ বাবে প্ৰতিদ্বন্দিতা নকৰে ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটে ।
ক্ষমা খুজিলে ৰাজস্থানৰ বিধায়নী বিদ্ৰোহৰ বাবে ।
অশোক গেহলটৰ ঠাইত প্ৰতিদ্বন্দিতা কৰিব বৰ্ষীয়ান নেতা দিগ্বিজয় সিঙে ।