তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত অসমৰ কেইজন কোটিপতিয়ে আগবঢ়াইছে প্ৰাৰ্থিত্ব…

তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত অসমৰ কেইজন কোটিপতিয়ে আগবঢ়াইছে প্ৰাৰ্থিত্ব…

author-image
asomiyapratidin
New Update
ৰাজ্যৰ তৃতীয় পৰ্যায়ত ক’ত কিমান ভোটদানৰ হাৰ…

  • ২৩ এপ্ৰিলত অসমৰ ৪ সমষ্টিত অনুষ্ঠিত হ'ব তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ।
  • মুঠ ৫৪ প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ'বলগীয়া ভোটগ্ৰহণত প্ৰায় কেইটা দলৰে প্ৰাৰ্থী কোটিপতি।
  • ৫৪জন প্ৰাৰ্থীৰ ভিতৰত এডিআৰৰ প্ৰতিবেদন অনুসৰি কংগ্ৰেছ দলৰ কোটিপতি প্ৰাৰ্থীৰ সংখ্যা হৈছে ২জন।
  • ঠিক একেদৰে অগপৰ কোটিপতি প্ৰাৰ্থী ২জন।
  • স্বৰ্ণ ভাৰত পাৰ্টিৰ কোটিপতিৰ সংখ্যা ১জন।
  • বিপিএফৰ কোটিপতি প্ৰাৰ্থীৰ সংখ্যা ১জন।
  • ইউ পি পি এলৰ কোটিপতিৰ সংখ্যা এজন।
  • এ আই ইউ ডি এফৰ কোটিপতিৰ সংখ্যা ১জন।
  • শাসকীয় দল বিজেপিৰ কোটি পতিৰ সংখ্যা ১জন।
  • আনহাতে, এই চাৰিটা সমষ্টিত প্ৰাৰ্থি্ত্ব আগবঢ়োৱা নিৰ্দলীয় কোটিপতিৰ প্ৰাৰ্থীৰ সংখ্যা ৩জন।
  • ৫৪জন প্ৰাৰ্থীৰ ভিতৰত মুঠ ১২জন হৈছে কোটিপতি।