অৰবিন্দ কেজৰিৱালৰ অসমীয়াত টুইট : তিৰোভাৱ তিথিত গুৰুজনাক জনালে শতকোটি প্ৰণাম…

অৰবিন্দ কেজৰিৱালৰ অসমীয়াত টুইট : তিৰোভাৱ তিথিত গুৰুজনাক জনালে শতকোটি প্ৰণাম…

author-image
asomiyapratidin
New Update
অৰবিন্দ কেজৰিৱালৰ অসমীয়াত টুইট : তিৰোভাৱ তিথিত গুৰুজনাক জনালে শতকোটি প্ৰণাম…

ডিজিটেল ডেস্ক : আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি। মহাপুৰুষজনালৈ শতকৌটি প্ৰণাম জনাই দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কৰিলে অসমীয়াত টুইট।


— Arvind Kejriwal (@ArvindKejriwal) August 29, 2022

'হৰি নাম ৰসে বৈকুণ্ঠ প্ৰকাশে প্ৰেম অমৃতৰ নদী শ্ৰীমন্ত শংকৰে পাৰ ভাঙি দিলা বহে ব্ৰহ্মাণ্ডক ভেদি। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথিত গুৰুজনালৈ শতকোটি প্ৰণাম।' এইদৰে অসমীয়াত টুইট কৰি দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে জনালে সশ্ৰদ্ধ প্ৰণিপাত।

assam