অৰুণাচলৰ টিপ্পীত ভয়ংকৰ ভূমিস্খলন, নৈত বাগৰি পৰিল তিনিখনকৈ বাহন...

অৰুণাচলৰ টিপ্পীত সংঘটিত হৈছে ভয়ংকৰ ভূমিস্খলনৰ ঘটনা

author-image
Asomiya Pratidin
New Update
অৰুণাচলৰ টিপ্পীত ভয়ংকৰ ভূমিস্খলন, নৈত বাগৰি পৰিল তিনিখনকৈ বাহন...

ARUNACHAL LANDSLIDE

ডিজিটেল ডেস্ক : অৰুণাচলৰ টিপ্পীত সংঘটিত হৈছে ভয়ংকৰ ভূমিস্খলনৰ ঘটনা। উল্লেখ্য যে বিগত কিছুদিন ধৰি অৰুণাচলত হৈ আছে প্রৱল বৃষ্টিপাতৰ ফলত সংঘটিত হয় ভূমিস্খলন ঘটনা।

Advertisment

ভূমিস্খলনৰ ঘটনাত পাহাৰৰ পৰা নৈত বাগৰি পৰিল তিনিখনকৈ বাহন। আনহাতে, নৈত সোমাল অইল টেংকাৰ, মাৰুতি ভান, বলেৰ’ পিকআপ ভান। ভূমিস্খলনৰ ফলত বৰ্তমান বন্ধ হৈ পৰিছে বমডিলা-টাৱাং পথ। যাৰ বাবে যাতায়াত ব্যাহত হৈ পৰিছে আৰু অসুবিধাৰ সন্মুখীন হৈছে ৰাইজ।

arunachal pradesh landslide