সন্ধান ওলাল অৰুণাচলত সন্ধানহীন ৪ শ্ৰমিকৰ, ১৫ শ্ৰমিকৰ এতিয়াও নাই খবৰ…

সন্ধান ওলাল অৰুণাচলত সন্ধানহীন ৪ শ্ৰমিকৰ, ১৫ শ্ৰমিকৰ এতিয়াও নাই খবৰ…

author-image
asomiyapratidin
New Update
পুনৰ এনকাউন্টাৰ, পলাবলৈ চেষ্টা কৰোতেই আৰক্ষীৰ গুলী…

  • অৰুণাচলৰ ডামিনত সন্ধান ওলাল চাৰি জন শ্রমিকৰ।
  • BRO বেষ্ট কেম্পলৈ ঘূৰি আহিল শ্রমিক কেইজন।
  • কৰ্মস্থলীৰ পৰাই সন্ধানহীন হৈছিল ১৯জন শ্রমিক।
  • এতিয়াও সন্ধান নাই আন ১৫জন শ্রমিকৰ।
  • শ্ৰমিক সকলক ইণ্ডো- চীন সীমান্তৰ ওচৰত ডামিন চক্ৰৰ পথৰ কাম শেষ কৰিবলৈ অনা হৈছিল।
  • শ্ৰমিক সকলে ঈদৰ বন্ধ নোপোৱাৰ বাবে তেওঁলোক পলাই আহিছিল আৰু সন্ধাহীন হৈছিল।
assam arunachal missing