অৰুণাচলৰ ২ সমষ্টিত আগবাঢ়ি আছে বিজেপি

অৰুণাচলৰ ২ সমষ্টিত আগবাঢ়ি আছে বিজেপি

author-image
asomiyapratidin
New Update
লক্ষ্ণৌত বিজেপি প্ৰাৰ্থী ৰাজনাথ সিঙৰ কি অৱস্থা…

  • পূব অৰুণাচলৰ সমষ্টিত আগবাঢ়ি আছে বিজেপি প্ৰাৰ্থী টপিৰ গাৱ।
  • বৰ্তমানলৈকে প্ৰাৰ্থীজনে লাভ কৰিছে ১৬০০৫ টা ভোট।
  • আনহাতে কংগ্ৰেছ প্ৰাৰ্থী লাবাংচা ৱাংলাতে লাভ কৰিছে ৫৭৬১ টা ভোট।
  • সমষ্টিটোৰ নটা ভোটৰ সংখ্যা ৮৭৬ টা।
  • পশ্চিম অৰুণাচলত আগবাঢ়ি আছে বিজেপি প্ৰাৰ্থী কিৰেণ ৰিজিজু।
  • ১১ বজাৰলৈকে ৰিজিজুৱে লাভ কৰিছে ৪০১৪৯ টা ভোট।
  • আনহাতে কংগ্ৰেছ প্ৰাৰ্থী নাবাম টুকীয়ে লাভ কৰিছে ৯৬০১ টা ভোট।
  • সমষ্টিটোৰ নটা ভোটৰ সংখ্যা ৩০৩ টা।