/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/bfa250bf-7c7c-46ce-97c6-88c360aeeeb0/fr.jpg)
-
বিশিষ্ট লেখক, ঔপন্যাসিক অৰুণ গোস্বামীৰ দেহাৱসান।
-
মঙলবাৰে নিশা যোৰহাটৰ মিশ্বন হাস্পতালত ৯ বাজি ৪৫ মিনিটত শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট সাহিত্যিক গৰাকীয়ে।
-
বিগত কেইটামান সপ্তাহ উক্ত হাস্পতালত খনত চিকিৎসাধীন হৈ আছিল তেওঁ।
-
বাৰ্ধক্যজনিত কাৰণত শেষ নিশ্বাস ত্যাগ।
-
মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮২ বছৰ ।
-
তেওঁৰ মৃত্যুত সমগ্ৰ দেৰগাঁওৰ লগতে অসমৰ বৌদ্ধিক মহলত শোকৰ ছাঁ পৰা পৰিলক্ষিত হৈছে।