New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/06/jonmoni.jpg)
- গ্ৰেপ্তাৰ হ'ল বিতৰ্কিত এছ আই জোনমণি ৰাভা।
- আৰক্ষী অধীক্ষক গৌতম বৰাই সদৰি কৰিলে এই কথা।
- তিনিদিন ধৰি আৰক্ষীয়ে মাজুলীৰ গড়মুৰ থানাত মাৰাথন জেৰা চলাইছিল ৰাভাক।
- তেওঁৰ দুটা বেংক একাউন্টত প্ৰায় ২০ লাখ টকা জমা হোৱাৰ তথ্য আৰক্ষীয়ে লাভ কৰিছিল।
- প্ৰৱঞ্চনাৰ গোচৰত ভাবি স্বামী ৰাণা পাগাগৰ সৈতে নাম সাঙোৰ খাইছিল জোনমণিৰ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us