মাতৃয়ে বিক্ৰী কৰিলে ৩ দিনীয়া শিশুক...

শিৱসাগৰৰ বনিয়াবাৰীত বৃহস্পতিবাৰে এক জঘন্য কাণ্ড সংঘটিত হয়।

author-image
Asomiya Pratidin
New Update
কাজিৰঙাত জীপ ছাফাৰীৰ অনলাইন ব্যৱস্থাক কেন্দ্র কৰি উত্তপ্ত পৰিস্থিতি

representative image

ডিজিটেল ডেস্ক: শিৱসাগৰৰ বনিয়াবাৰীত বৃহস্পতিবাৰে এক জঘন্য কাণ্ড সংঘটিত হয়। দুই কিন্নৰক বিক্রী এটি তিনিদিনীয়া শিশু ।

Advertisment

মাতৃ বানেছা খাতুনৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে। ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে দুই কিন্নৰসহ দুগৰাকী মধ্যস্থতাকাৰীক।

আটক কিন্নৰ দুগৰাকী পৰি দত্ত আৰু কুনম হাজৰিকা আৰু আটক দুই মধ্যস্থতাকাৰী জুলেখা খাতুন আৰু জৰিনা বেগম বুলি জানিব পৰা গৈছে। ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।

assam Assam police sivsagar