/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/4b0bc1d4-e00e-4abc-9cd8-c19552d836a1/download.jpg)
· দুই অধিবক্তাক গ্রেপ্তাৰ অভয়াপুৰী আৰক্ষীৰ।
· দুই অধিবক্তাক PSCSO এক্ট ২০১২ৰ অধীনত গ্রেপ্তাৰ আৰক্ষীৰ।
· গ্রেপ্তাৰ মুছা আলী আৰু লুটফুৰ ৰহমান।
· ধৰ্ষিতা নাবালিকাৰ বিবাহ সন্দৰ্ভত বুজাবুজি চুক্তি সম্পন্ন কৰিছিল দুই অধিবক্তাই।
· আইন উলংঘা কৰি চুক্তি সম্পাদন কৰাৰ অপৰাধতেই গ্রেপ্তাৰ দুয়োকে।
· গ্রেপ্তাৰ হোৱা দুই অধিবক্তাৰ মুছা আলী নটাৰী বিষয়া।