কাছাৰত জব্দ বাৰ্মিজ চুপাৰী

কাছাৰত জব্দ বাৰ্মিজ চুপাৰী
  • কাছাৰত জব্দ বাৰ্মিজ চুপাৰী

  • ধলাই আৰক্ষীৰ অভিযানত জব্দ ১৫কুইণ্টল বাৰ্মিজ চুপাৰী

  • AS 01 JC 5608 নম্বৰৰ ট্রাকৰ পৰা জব্দ চুপাৰীখিনি

  • মিজোৰামৰ পৰা কাছাৰলৈ সৰবৰাহ কৰা সময়তে জব্দ চুপাৰীখিনি

  • আৰক্ষীয়ে গ্রেপ্তাৰ কৰে ট্রাকখনৰ চালক

  • ধৃত চালকজন ধলাই বিষ্ণুপুৰৰ এজাজুল ইছলাম

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in