New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/23257a79-3dee-48fa-8883-a632488d2157/download.jpg)
কাছাৰত জব্দ বাৰ্মিজ চুপাৰী
ধলাই আৰক্ষীৰ অভিযানত জব্দ ১৫কুইণ্টল বাৰ্মিজ চুপাৰী
AS 01 JC 5608 নম্বৰৰ ট্রাকৰ পৰা জব্দ চুপাৰীখিনি
মিজোৰামৰ পৰা কাছাৰলৈ সৰবৰাহ কৰা সময়তে জব্দ চুপাৰীখিনি
আৰক্ষীয়ে গ্রেপ্তাৰ কৰে ট্রাকখনৰ চালক
ধৃত চালকজন ধলাই বিষ্ণুপুৰৰ এজাজুল ইছলাম