New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/08/dangor-khobr-4.jpg)
- ২০২০ বৰ্ষৰ APSC ফলাফলকলৈ আঁতৰা নাই অনিশ্চয়তা।
- এমাহলৈ ঘোষণা নহয় APSCৰ ফলাফল।
- মঙলবাৰে উচ্চ ন্যায়ালয়ত শুনানি অনুষ্ঠিত নহ'ল গোচৰটোৰ।
- পৰীক্ষাৰ ফলাফল ঘোষণাৰ বাবে ন্যায়ালয়ত আবেদন দিছিল APSC-এ।
- অহা ২৭ জুলাইত হ'ব গোচৰটোৰ পৰৱৰ্তী শুনানিৰ দিন।
- ফলাফলৰ বাবে পুনৰ এমাহলৈ অপেক্ষা কৰিব লাগিব পৰীক্ষাৰ্থীয়ে।