প্ৰসংগ- এ পি এছ চি কেলেংকাৰী: আজি সাক্ষ্য গ্রহণ ভঙাগড় থানাৰ গোচৰৰ...

আজি সম্পূৰ্ণ হ'ল এ পি এছ চি কেলেংকাৰীৰ ভঙাগড় থানাৰ গোচৰৰ সাক্ষ্য গ্রহণ

author-image
Asomiya Pratidin
New Update
প্ৰসংগ- এ পি এছ চি কেলেংকাৰী: আজি সাক্ষ্য গ্রহণ ভঙাগড় থানাৰ গোচৰৰ...

ডিজিটেল ডেস্ক : আজি সম্পূৰ্ণ হ'ল এ পি এছ চি কেলেংকাৰীৰ ভঙাগড় থানাৰ গোচৰৰ সাক্ষ্য গ্রহণ। সাক্ষ্য গ্রহণ কৰাৰ সময়চোৱাত গোচৰীয়া পক্ষৰ মুঠ ৫৫ গৰাকীৰ সাক্ষ্য গ্রহণ কৰা হয়।

Advertisment

ইয়াৰ পাছতেই ১৪ জুনত পদকীয়াৰ শুনানিৰ বাবে দিন ধাৰ্য কৰা হৈছে। উল্লেখ্য এই কেলেংকাৰীৰে জড়িত ৰাকেশ পালসহ মুঠ ৪৪ গৰাকীৰ বিৰুদ্ধে ৰুজু হৈছিল গোচৰ। আৰু এই গোচৰৰ তদন্তকাৰী বিষয়া সুভাশিস বৰুৱাই আজি প্রদান কৰে সাক্ষ্য।

Also Read: বহিঃৰাজ্যত কৰ্মসংস্থান বিচাৰি গৈ দুজন সন্ধানহীন...

apsc Assam Public Service Commissiom