/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/d1add323-86a1-492c-b769-c0f78a95cdea/pic_eimuhurtor_khobor_copy.jpg)
ৰাজ্য চৰকাৰৰ দ্বিতীয়টো বৃহৎ নিযুক্তি পত্র বিতৰণ অনুষ্ঠান
খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত ব্যাপক আয়োজন
নিযুক্তি পত্র গ্রহণ কৰিবলৈ গুৱাহাটীত ভিৰ প্রাৰ্থীসকলৰ
২৪টা বিভাগত ১১,২৩৬ প্রাৰ্থীয়ে লাভ কৰিব নিযুক্তি পত্র
গৃহ আৰু ৰাজনৈতিক বিভাগত ৫,৩৩৫ গৰাকী
উদ্যোগ আৰু ৰাজহুৱা প্রতিষ্ঠানত ৩,৮১১ গৰাকী
উচ্চ আৰু কাৰিকৰী শিক্ষাত ৯২৭ গৰাকীয়ে লাভ কৰিব নিযুক্তি
আন ২১ বিভাগৰ নিযুক্তি পত্র বিতৰণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us