ৰাজ্যত পুনৰ ৰেগিং বিতৰ্ক

ৰাজ্যত পুনৰ ৰেগিং বিতৰ্ক
  • ৰাজ্যত পুনৰ ৰেগিং বিতৰ্ক

  • বহিষ্কাৰ জিন্টু চেত্রী, বিশাল ৰংপী

  • বিক্রমাদিত্য বৰা, আকাশজ্যোতি শইকীয়াকো বহিষ্কাৰ

  • প্রাক্তন আবাসী অংকুৰ চাওদাঙক আজীৱন প্রৱেশ নিষেধ

  • ছাত্র একতা সভাৰ পদ খাৰিজ দুই বিষয়ববীয়াৰ

  • খাৰিজ বিক্রমাদিত্য বৰাৰ ছাত্র একতা সভাৰ পদ

  • পদ খাৰিজ বিষয়ববীয়া সুমিত ৰায়ৰ

  • আন ৩ শিক্ষাৰ্থীলৈ সকীয়নি ৰেগিং বিৰোধী সমিতিৰ

  • চৈয়দ আব্দুল মালিক ছাত্রাৱাসত সংঘটিত হৈছিল ৰেগিং কাণ্ড

  • ৯ আবাসীৰ বিৰুদ্ধে অভিযোগ আনিছিল কনিষ্ঠ আবাসীয়ে

  • ৩০ নৱেম্বৰত কলেজ কৰ্তৃপক্ষক দিছিল লিখিত অভিযোগ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in