New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/1a2cda66-f9d3-459a-ab8d-00c0540ba89c/111.jpg)
মেট্ৰিক পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত চাৰিদুৱাৰত এজনক আটক ৷
CIDৰ নিৰ্দেশত চাৰিদুৱাৰ আৰক্ষীয়ে আটক কৰিছে যুৱকজনক ৷
আটকাধীন যুৱকজন ছাৰিফুল ইছলাম৷
চাৰিদুৱাৰ আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি গুদামঘাট ৰ পৰা আটক ছাৰিফুলক ৷
নিশা আটক কৰিছে চাৰিদুৱাৰ আৰক্ষীয়ে ৷
ছাৰিফুলৰ ঘৰ বৰঘাটৰ পুংপানীত বুলি জানিব পৰা গৈছে৷
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us