
ৰঞ্জিত বৰা হত্যাকাণ্ডত জড়িত আন এজনক গ্রেপ্তাৰ
জাপৰীগোগৰ পৰা গ্রেপ্তাৰ এলবিন নামৰ অপৰাধীটোক
হত্যাকাণ্ডৰ মূল অভিযুক্ত শ্বাহ আলমৰ স্বীকাৰোক্তিৰ ভিত্তিত গ্রেপ্তাৰ
লখিমপুৰৰ এটা চাঞ্চল্যকৰ ডকাইতিতো জড়িত আছিল এলবিন
২০২২ৰ মাৰ্চত এজন লোকৰ পৰা লুটিছিল ১১লাখ টকা
অল আছাম নেশ্যনেল লিবাৰেচন আৰ্মিৰ সদস্য এলবিন