পুনৰ উৎকোচ লৈ গ্ৰেপ্তাৰ চৰকাৰী বিষয়া

পুনৰ উৎকোচ লৈ গ্ৰেপ্তাৰ চৰকাৰী বিষয়া
  • পুনৰ উৎকোচ লৈ গ্ৰেপ্তাৰ চৰকাৰী বিষয়া ।

  • ৰাজ্যত অব্যাহত আছে দুৰ্নীতিগ্ৰস্ত বিষয়াৰ বিৰুদ্ধে অভিযান ।

  • ডিব্ৰুগড় জিলা পৰিবহণ বিষয়া কাৰ্যালয়ৰ নিম্নবৰ্গৰ সহায়ক আটক উৎকোচ লৈ ।

  • ৭০০ টকা উৎকোচ লৈ গ্ৰেপ্তাৰ সহায়ক দিতিমণি গগৈ ।

  • লগতে আটক দালাল পংকজ শইকীয়া ।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in