ফিল্মফেয়াৰ এৱাৰ্ড, ২০২০ঃ শ্ৰেষ্ঠ নৱাগত অভিনেত্ৰীৰ বঁটা অনন্যা পাণ্ডেলৈ

ফিল্মফেয়াৰ এৱাৰ্ড, ২০২০ঃ শ্ৰেষ্ঠ নৱাগত অভিনেত্ৰীৰ বঁটা অনন্যা পাণ্ডেলৈ

author-image
asomiyapratidin
New Update
ফিল্মফেয়াৰ এৱাৰ্ড, ২০২০ঃ শ্ৰেষ্ঠ নৱাগত অভিনেত্ৰীৰ বঁটা অনন্যা পাণ্ডেলৈ

  • শ্ৰেষ্ঠ নৱাগত অভিনেত্ৰীৰ বঁটা অনন্যা পাণ্ডেলৈ।
  • পতী, পত্নী ঔৰ ৱ' ছবিখনৰ বাবে তেওঁলৈ এই বঁটা আগবঢ়োৱা হৈছে।
  • ষ্টুডেন্ট অৱ দ্য ইয়েৰ-২ ছবিখনৰ যোগেদি বলিউডত খোজ পেলাইছিল অনন্যা পাণ্ডেয়ে।
  • বলিউডৰ জনপ্ৰিয় অভিনেতা চংকী পাণ্ডেৰ কন্যা অনন্যা পাণ্ডে।
Advertisment
  • ২০১৯ৰ ৬ ডিচেম্বৰত মুক্তি পাইছিল পতী, পত্নী ঔৰ ৱ' ছবিখন।
  • কাৰ্টিক আৰিয়ান আৰু ভূমি পাডনেকাৰৰ সৈতে মুখ্য চৰিত্ৰত অভিনয় কৰিছিল অনন্যাই।