মঙলদৈত উদ্ধাৰ এটি অচিনাক্ত মৃতদেহ...

মঙলদৈত উদ্ধাৰ এটি অচিনাক্ত মৃতদেহ । শুকুৰবাৰে নিশা হৈ যোৱা প্ৰচণ্ড ধুমুহাৰ ফলত এজন লোকৰ মৃত্যু সন্দেহ । মৃত লোক জনৰ নাম ঠিকনা বৰ্তমানেও জানিব পৰা হোৱা নাই
মঙলদৈত উদ্ধাৰ এটি অচিনাক্ত মৃতদেহ...

প্ৰতিদিন সংবাদ,‌ মঙলদৈঃ মঙলদৈত উদ্ধাৰ এটি অচিনাক্ত মৃতদেহ । শুকুৰবাৰে নিশা হৈ যোৱা প্ৰচণ্ড ধুমুহাৰ ফলত এজন লোকৰ মৃত্যু সন্দেহ । মৃত লোক জনৰ নাম ঠিকনা বৰ্তমানেও জানিব পৰা হোৱা নাই ।

লোকজন প্ৰৱল বৰষুণ আৰু ধুমুহাৰ প্ৰকোপ ফলতেই মৃত্যু হোৱা বুলি স্থানীয় লোকে ধাৰণা কৰিছে । বহু দিনৰ পৰাই লোকজনে মঙলদৈ চহৰৰ মাজমজিয়াৰে লোকনাথ বাবা মন্দিৰত নিশা কটাইছিল ।

মন্দিৰ সমিতিৰ খৱৰ ভিত্তিত মঙলদৈ সদৰ আৰক্ষী আৰু দণ্ডাধীশৰ উপস্থিত হয় । মৃত লোকজনৰ পৰা নগদ ৩৫ হাজাৰত কৈয়ো অধিক ধন পোৱা গৈছে ।

মঙলদৈত উদ্ধাৰ এটি অচিনাক্ত মৃতদেহ...
বিশ্বনাথৰ বালিপুখুৰীত অঘটন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in