অসম মুখ্য-পৃষ্ঠা সুৰাৰ বটলেৰে প্ৰাণে মৰাৰ চেষ্টা এজনক… সুৰাৰ বটলেৰে প্ৰাণে মৰাৰ চেষ্টা এজনক… asomiyapratidin 23 Aug 2022 23:08 IST Follow UsNew Updateতিতাবৰত ভয়ংকৰ ঘটনা।এজন লোকক হত্যাৰ চেষ্টা। সুৰাৰ বটলেৰে এজন লোকক আক্রমণ।গুৰুতৰভাৱে আহত পৰেশ দাস নামৰ লোকজন।শ্রীমন্ত দাস নামৰ এজন যুৱকে আক্রমণ কৰে পৰেশক।সংকটজনক অৱস্থাত পৰেশ দাসক JMCHলৈ প্রেৰণ।আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক