অসম ভ্ৰমণৰ তৃতীয়দিনা মা কামাখ্যাৰ আশিস ল'লে গৃহমন্ত্ৰী অমিত শ্বাহে...

যোৱা ৭ অক্টোবৰত অসমলৈ আহিছিল গৃহমন্ত্ৰী অমিত শ্বাহ

author-image
Asomiya Pratidin
New Update
অসম ভ্ৰমণৰ তৃতীয়দিনা মা কামাখ্যাৰ আশিস ল'লে গৃহমন্ত্ৰী অমিত শ্বাহে...

amit shah at kamakhya

ডিজিটেল ডেস্ক : অমিত শ্বাহৰ অসম ভ্ৰমণৰ আজি তৃতীয়টো দিন। যোৱা ৭ অক্টোবৰত অসমলৈ আহিছিল গৃহমন্ত্ৰী অমিত শ্বাহ। দেওবাৰে মা কামাখ্যা ধাম পৰিদৰ্শন কৰে ৰাষ্ট্ৰীয় নেতা গৰাকীয়ে।

Advertisment

মা কামাখ্যাৰ শ্ৰীচৰণত সেৱা জনাই আশিস ল'লে গৃহমন্ত্ৰী গৰাকীয়ে। অমিত শ্বাহৰ সৈতে কামাখ্যা ধামত উপস্থিত আছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। কামাখ্যা মন্দিৰৰ পৰা পোনে পোনে খানাপাৰাত অনুষ্ঠিত হোৱা উত্তৰ পূৱ পৰিষদৰ পূৰ্ণাংগ বৈঠকত উপস্থিত হয় গৃহমন্ত্ৰী অমিত শ্বাহ।

উত্তৰ পূৱ পৰিষদৰ আগন্তুক কাৰ্যকাল সন্দৰ্ভত এই বৈঠকত আলোচনাত কৰা হ'ব। আনহাতে দেৰগাঁৱত আৰক্ষী অধীক্ষকৰে বৈঠকত মিলিত হ’ব অমিত শ্বাহ।

assam amit shah himanta biswa sama kamakhya temple guwahati