/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/cacd4fbc-ab63-49e8-b64f-0fcc160cff4b/download.jpg)
আমগুৰিৰ বৰুৱা পুখুৰীত নৃশংস হত্যাকাণ্ড।
পিতৃৰ হাতত প্রাণ গ’ল পুত্রৰ।
ঘৰুৱা কন্দলৰ পৰিণতিতে সংঘটিত এই হত্যাকাণ্ড।
পিতৃ জগন্নাথ মোদীয়ে চোকা অস্ত্রৰে আক্রমণ কৰে পুত্র তুফানক।
পিতৃৰ উপৰ্যুপৰি আক্রমণত থিতাতে মৃত্যু তুফানৰ।
ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ গ্রেপ্তাৰ কৰে হত্যাকাৰী পিতৃক।
ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে হত্যাকাণ্ডত ব্যৱহৃত দাখন।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us