কিয় নৃশংসভাৱে পিতৃয়ে হত্যা কৰিলে পুত্ৰক...

আমগুৰিৰ বৰুৱা পুখুৰীত নৃশংস হত্যাকাণ্ড।
কিয় নৃশংসভাৱে পিতৃয়ে হত্যা কৰিলে পুত্ৰক...
  • আমগুৰিৰ বৰুৱা পুখুৰীত নৃশংস হত্যাকাণ্ড।

  • পিতৃৰ হাতত প্রাণ গ’ল পুত্রৰ।

  • ঘৰুৱা কন্দলৰ পৰিণতিতে সংঘটিত এই হত্যাকাণ্ড।

  • পিতৃ জগন্নাথ মোদীয়ে চোকা অস্ত্রৰে আক্রমণ কৰে পুত্র তুফানক।

  • পিতৃৰ উপৰ্যুপৰি আক্রমণত থিতাতে মৃত্যু তুফানৰ।

  • ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ গ্রেপ্তাৰ কৰে হত্যাকাৰী পিতৃক।

  • ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে হত্যাকাণ্ডত ব্যৱহৃত দাখন।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in