/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/2e5e938b-cce0-4d8c-b0a1-320d53208549/download.jpg)
চামগুৰিৰ পদুমণি-পামগাঁৱত চাঞ্চল্যকৰ হত্যাকাণ্ড ।
ঘৰৰ পিছফালৰ জংঘলত অৰ্ধ-উলংগ অৱস্থাত উদ্ধাৰ মহিলাৰ মৃতদেহ ।
ডিঙিত ৰচীৰে বান্ধি থোৱা অৱস্থাত উদ্ধাৰ মহিলাগৰাকীৰ মৃতদেহ ।
মৃত মহিলাগৰাকী অল্পনা কুৰ্মী বুলি চিনাক্ত ।
অল্পনা কুৰ্মীক বলাৎকাৰ কৰি হত্যা কৰাৰ সন্দেহ ।
মৃদুল বৰা নামৰ এজন লোকৰ বিৰুদ্ধে হত্যাৰ অভিযোগ ।
চামগুৰি আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ অব্যাহত ৰাখিছে তদন্ত ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us