New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/07/dangor-khobr-7.jpg)
dangor khabar
বাতিল কৰা অসমীয়া বিষয়ৰ পৰীক্ষা ১ এপ্ৰিলত অনুষ্ঠিত হ'ব
প্ৰশ্ন কাকত ফাদিল হোৱাৰ বাবে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত বাতিল কৰা হৈছিল মাতৃভাষা বিষয়ক সকলো পৰীক্ষা
১৮ মাৰ্চত আছিল এই বিষয়ৰ পৰীক্ষা
ছেবাৰ পৰীক্ষা নিয়ন্ত্ৰকে সদৰী কৰা মতে ১ এপ্ৰিল,২০২৩ ৰ পুৱবা ৯ বজাৰ পৰা অনুষ্ঠি হ'ব অসমীয়া তথা আন মাতৃভাষা বিষয়ক পৰীক্ষা
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us