সদৌ অসম ন্যায়িক কৰ্মচাৰী সন্থাৰ সৰ্বাত্মক কৰ্মবিৰতি

সদৌ অসম ন্যায়িক কৰ্মচাৰী সন্থাৰ কাৰ্বি আংলং জিলা সমিতিৰ উদ্যোগত শনিবাৰে সন্থাৰ কিছুমান দাবী পূৰণ কৰাৰ স্বাৰ্থত কাৰ্বি আংলং জিলা আদালতৰ প্ৰাংগণত ডিফুত সন্থাৰ সৰ্বাত্মক কৰ্মবিৰতি পালন কৰা হয় ।

author-image
Asomiya Pratidin
New Update
সদৌ অসম ন্যায়িক কৰ্মচাৰী সন্থাৰ সৰ্বাত্মক কৰ্মবিৰতি

ডিজিটেল সংবাদ, হাওৰাঘাটঃ সদৌ অসম ন্যায়িক কৰ্মচাৰী সন্থাৰ কাৰ্বি আংলং জিলা সমিতিৰ উদ্যোগত শনিবাৰে সন্থাৰ কিছুমান দাবী পূৰণ কৰাৰ স্বাৰ্থত কাৰ্বি আংলং জিলা আদালতৰ প্ৰাংগণত ডিফুত সন্থাৰ সৰ্বাত্মক কৰ্মবিৰতি পালন কৰা হয় ।

উল্লেখ্য যে সদৌ অসম ন্যায়িক কৰ্মচাৰী সন্থাৰ কাৰ্বি আংলং জিলা সমিতিয়ে পুৰণা পেঞ্চন নীতিক বাহাল ৰখা আৰু নতুন পেঞ্চন নীতিক বাতিল কৰাৰ দাবীত সৰ্বাত্মক কৰ্মবিৰতি পালন কৰে । এই কৰ্মবিৰতিক নেতৃত্ব দিয়ে সদৌ অসম ন্যায়িক কৰ্মচাৰী সন্থাৰ কাৰ্বি আংলং জিলা সমিতিৰ সভাপতি ভূমিধৰ তেৰাং আৰু সম্পাদক হাওপু হাওলাই ।

Also Read: লাইচং-তামেনলং সংযোগী ৪ লেনযুক্ত পথ নিৰ্মাণৰ প্ৰাৰম্ভতে ৬০০ কোটিৰ কেলেংকাৰী

judicial union